How to get free YouTube subscribers, likes and views?
Get Free YouTube Subscribers, Views and Likes

সাধাৰণ হোটেলৰ নহয় তাৰকাযুক্ত হোটেলৰ খাদ্য লাগে চুমিক...থানাৰ লকআপৰ ভিতৰতে নৃতাংগনা চুমিৰ নতুন নাটক

Follow
Pratidin Time

সকলো কুকীর্তি ফাদিল হোৱাৰ পিছত এতিয়া বাচিবলৈ আপ্ৰাণ চেষ্টা চলাইছে প্ৰবঞ্চক চুমি বৰাই। এইবাৰ বেমাৰৰ নাটক আৰম্ভ কৰিছে চুমিয়ে। আৰক্ষীয়ে দিয়া খাদ্য খাই বেমাৰত ভোগাৰ অভিযোগ চুমিৰ। যাৰ বাবে চিকিৎসালয়ত ভর্তি হোৱাৰ পৰিকল্পনা কৰিছে প্ৰবঞ্চক চুমিয়ে।

#pratidintime #assam #fraud #sumiborah

posted by boatman46