Easy way to get 15 free YouTube views, likes and subscribers
Get Free YouTube Subscribers, Views and Likes

মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শর্মাই মুকলি কৰিলে মিছন বসুন্ধৰা ৩.০...

Follow
Pratidin Time

মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শর্মাই মুকলি কৰিলে মিছন বসুন্ধৰা ৩.০। অনুসূচিত জনজাতি, অনুসূচিত জাতি, গোর্খা আৰু চাহ জনগোষ্ঠীসকলৰ বাবে মিছন বসুন্ধৰা ৩.০ত বিশেষ সুবিধা। ধর্মীয় তথা সামাজিক অনুষ্ঠানসমূহকো পট্টাৰ বাবে আবেদনৰ আহ্বান মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শর্মাৰ।

#PratidinTime #assam #missionbasundhara #HimantaBiswaSarma

posted by boatman46