Get YouTube subscribers that watch and like your videos
Get Free YouTube Subscribers, Views and Likes

ষ্টুডিঅ'ত নিমাতী নাও দুৰ্ঘটনাৰ এজন প্ৰত্যক্ষদৰ্শী মাজুলীৰ অবিনাশ ভূঞা | Abinash Bhuyan Interview

Follow
Assam Prakash 21

প্ৰকাশ লাইভৰ ষ্টুডিঅ'ত নিমাতী নাও দুৰ্ঘটনাৰ এজন প্ৰত্যক্ষদৰ্শী, সাংস্কৃতিক জগতৰ চিনাকি নাম, মাজুলীৰ অবিনাশ ভূঞা..কেনেদৰে তেওঁৰ চকুৰ সন্মুখত ডুব গৈছিল আপোন মুখবোৰ ? নিমাতীত তেওঁ কি প্ৰশ্ন কৰিলে মুখ্যমন্ত্ৰীক ? উত্তৰ কি পালে ? দলংৰ নিৰ্মাণৰ বাবে কিমান সময় লাগিব বুলি ক'লে মুখ্যমন্ত্ৰীয়ে ? ৰ' ৰ' জাহাজ কাৰ স্বাৰ্থৰ বাবে ফুলদানী হৈ পৰি থাকিল ? চাৰি বছৰত দলং নাপালে কি কৰিব মাজুলীবাসীয়ে ? মাজুলী অতদিনে কিয় বঞ্চিত আৰু প্ৰতাৰিত হৈয়ে ৰ'ল ? মেনেজিং এডিটৰ স্বপ্ননীল শইকীয়াৰ সৈতে অবিনাশ ভূঞা Exclusive..| Nimati boat accident |

posted by kaguranjvd