15 Free YouTube subscribers for your channel
Get Free YouTube Subscribers, Views and Likes

নষ্টালজিক স্মৃতি

Follow
ashok kumar nath

কেইবাবছৰৰ আগতে গুৱাহাটী দূৰদৰ্শন কেন্দ্ৰৰ জনপ্ৰিয় অনুষ্ঠান 'সুৰভি'ত সাক্ষাৎ গ্ৰহণ কৰিছিলোঁ জনপ্ৰিয় ঔপন্যাসিক জয়ন্ত মাধৱ বৰাৰ। গুৱাহাটী দূৰদৰ্শন কেন্দ্ৰৰ সেই নষ্টালজিক স্মৃতিবোৰে আজিও আমনি কৰে।
#durdarshan #durdarshannews24 #guwahati #guwahaticity #ashokkumarnath #assam #india #world #youtube #interview

posted by dojitevvr