Get real, active and permanent YouTube subscribers
Get Free YouTube Subscribers, Views and Likes

নামঘৰৰ মাহ-প্ৰসাদত চাউল মুঠি দিয়াৰ মহত্ব কি ? দীপক ব্ৰহ্ম বাপ | Dipak Barhma | নাৰায়ণপুৰ

Follow
Kalindee Bhomora

নামঘৰৰ মাহপ্ৰসাদত চাউল মুঠি দিয়াৰ মহত্ব কি ? দীপক ব্ৰহ্ম বাপ | Dipak Barhma | নাৰায়ণপুৰ

নির্দিষ্ট বক্তাঃ
শ্রীযুত দীপক ব্রহ্ম, সভাপতি, গুৱাহাটী মহানগৰ পিতাম্বৰ প্ৰাথমিক শাখা

নিজক নিজে ভাল কৰিব হ'লে কোন তিনিটা কথাত গুৰুত্ব দিব লাগিব?

নামঘৰৰ মাহপ্রসাদত চাউল মুঠি দিয়াৰ মহত্ব কি?

জয় গুৰু শঙ্কৰ
শ্ৰীমন্ত শঙ্কৰদেৱ সঙ্ঘ নাৰায়ণপুৰ আঞ্চলিক শাখাৰ ৩০ সংখ্যক শিশু আইমাতৃ, ৩১ সংখ্যক যুৱ সমাৰোহ আৰু মহাপুৰুষ শ্রীমন্ত শঙ্কৰদেৱ গুৰুজনাৰ ৫৭৬ সংখ্যক
আৱিৰ্ভাৱ মহোৎসৱ

ব্যবস্থাপনা: নাৰায়ণপুৰ প্ৰাথমিক শাখা
স্থান: বৰ নাৰায়ণপুৰ নামঘৰ, নাৰায়ণপুৰ, লখিমপুৰ, অসম
তাৰিখ: ২৫ আহিন (ইং ১২ অক্টোবৰ, ২০২৪) শনিবাৰ

#motivationalspeech #dipak_barhma #assamese

Disclaimer:
Under section 107 of the copyright Act 1976, allowance is mad for FAIR USE for purpose such a as criticism, comment, news reporting, teaching, scholarship and research. Fair use is a use permitted by copyright statues that might otherwise be infringing. Non Profit, educational or personal use tips the balance in favor of FAIR USE.

Thanks for watching ❤

posted by jlmarina82