Secret sauce that brings YouTube followers, views, likes
Get Free YouTube Subscribers, Views and Likes

এমুঠি পুঠি | EMUTHI PUTHI | Official Theatrical Trailer | Assamese Film | On Screens June 17 2022

Follow
Metanormal

আগবঢ়াইছো আপোনালোকলৈ ১৭ জুন, ২০২২ত মুক্তি পাব লগীয়া অসমীয়া চলচ্চিত্ৰ "এমুঠি পুঠি"ৰ দ্বিতীয়টো অফিচিয়েল থিয়েট্ৰিকেল ট্ৰেইলাৰ ।
অভিনয়ত আছে প্ৰতিভা চৌধুৰী, নিতালী দাস, সৃষ্টি শৰ্মা, কেনী বসুমতাৰী, মণীষা ভূঞা আৰু ৰুবুল বড়ো।
ভাস্কৰ হাজৰিকাৰ কাহিনীৰে আৰু কুলনন্দিনী মহন্তৰ পৰিচালনাৰে, দ্য ভাইৱ ষ্টুডিঅ'ৰ সহযোগত মেটানৰ্মেল আৰু ৰুহান ফিল্মছে প্ৰযোজনা কৰা এই অভূতপূৰ্ব নিবেদন "এমুঠি পুঠি"য়ে শুভমুক্তি লাভ কৰিব অহা ১৭ জুন, ২০২২ত আপোনাৰ নিকটৱৰ্তী ছবিগৃহত।
১৭ জুন অৰ্থাৎ ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালা দেৱৰ জন্ম বাৰ্ষিকীৰ দিনা মুক্তি পাব লগীয়া "এমুঠি পুঠি"ক ৰাইজে উপভোগ কৰিব আৰু আঁকোৱালি ল'ব বুলি আশা ৰাখিলোঁ।
ট্ৰেইলাৰ সম্পাদনা : ৰতন শীল শৰ্মা
Trailer Editor: Ratan Sil Sarma

Movie Credits:
►Starring Pratibha Choudhury, Neetali Das, Srishti Sharma, Kenny Basumatary, Monisha Bhuyan and Rubul Boro.
►Story by Bhaskar Hazarika, Screenplay & Dialogues by Bhaskar Hazarika, Sunayana Dutta
►Cinematography by Ujwala Viswanath
►Editor: Shweta Rai Chamling
►Directed by Kulanandini Mahanta
►Produced by Metanormal and Ruhaan Films in association with The Vibe Studios.
RELEASING IN CINEMAS ACROSS ASSAM JUNE 17, 2022!

#assamesemovie #emuthiputhi #aamis #kothanodi #assamesefilms #comedy #bhaskarhazarika #localutpaat #assamesecinema #assamesesong2022 #movies

posted by packteno4