YouTube doesn't want you know this subscribers secret
Get Free YouTube Subscribers, Views and Likes

গ্ৰাহ গজেন্দ্র যুদ্ধ কিয় হৈছিল ! প্ৰথম চাওক এই ভাওনা আমাৰ চেনেলত | Grah gojendra upakhyan 2024

Follow
SK JUBAHOMAJ🙏

গ্ৰাহ গজেন্দ্র যুদ্ধ কিয় হৈছিল ! প্ৰথম চাওক এই ভাওনা আমাৰ চেনেলত | Grah gojendra upakhyan 2024
সেৱকী অচিন্ত বৰা , পৰিয়ালবৰ্গ, খেমদৈ কাকতি গাঁও, শিৱসাগৰ
#plslikesubscribe

নমস্কাৰ বান্ধৱসকল, sk Jubahomaj চেনেলত আপোনালোক সকলোকে স্বাগতম জনাইছো । Jubahomaj চেনেলত প্ৰকাশ কৰা প্ৰত্যেকটো ভিডিঅ আধ্যাত্মিক লগত সংগতি ৰাখি প্ৰস্তুত কৰা হয় । অনুগ্ৰহ কৰি প্ৰত্যেকটো ভিডিঅ ধাৰ্মিক দৃষ্টিভঙ্গীৰে উপভোগ আৰু গ্ৰহণ কৰে যেন ।

আজিৰ ভিডিঅত গ্ৰাহগজেন্দ্ৰ উপাখ্যানৰ বিষয়ে কবলৈ লৈছো । গ্ৰাহ কোন আছিল আৰু গজেন্দ্ৰ কোন আছিল আপোনালোকে বাৰু জানে নে ?

অগ্যস্ত : হে ৰাজন, আমাৰ আগমন দেখিও তুমি বহা আসনৰ পৰা লৰচৰ নহলা । হস্তীৰ দৰে একে স্থানতে বহি থাকিলা । মই তোমাক অভিশাপ দিছো, তোমাৰ এই স্বভাৱৰ বাবে তুমি গজেন্দ্ৰ ৰূপে জন্ম লাভ কৰিবা,

বহুতো জানিব লগা কথা এই ভাওনা জৰিয়তে উপভোগ কৰি জানি লও আহক।
#plslikesubscribe
#sk_jubahomaj

posted by runnir60