A little secret to rock your YouTube subscribers
Get Free YouTube Subscribers, Views and Likes

Himanta Biswa Sarma at GMCH on surprise visit interacts with patients

Follow
News Live

পুৱা ৯ বজাৰ পৰা বিয়লি ৩ বজালৈ GMCHত স্বাস্থ্য়মন্ত্ৰী। ৰোগীৰ সৈতে বাৰ্তালাপ কৰি চিকিৎসালয়ত উপলব্ধ সুবিধা আৰু অভাৱঅভিযোগৰ বুজ ল’লে মন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই। চৰকাৰে ৰূপায়ন কৰা আঁচনিৰ সুবিধা ৰোগীয়ে পাইছেনে নাই তাৰো খবৰ ল’লে মন্ত্ৰীগৰাকীয়ে। পৰিদৰ্শনৰ পিছতে সংবাদমেল পাতি GMCHৰ সুবিধা আৰু উন্নত কৰাৰ ঘোষণা মন্ত্ৰীগৰাকীৰ।

#NewsLive #AssamNews

Like the official facebook page of News Live:   / newslivetvofficial  

Follow News Live on twitter:   / newsliveghy  

Connect to our instagram account:   / newsliveghy  

Visit our website for all news updates: http://newslivetv.com/

posted by arregatsim