Free views, likes and subscribers at YouTube. Now!
Get Free YouTube Subscribers, Views and Likes

নৰ ৰূপ ধৰি ' ৫৫৫৫ গৰাকী আইমাতৃ পৰিবেশন কৰিব লোৱা দিহানাম আজি মুকলি ' নিৰ্মলা দাসৰ ব্যৱস্থাপনাৰে !

Follow
SK JUBAHOMAJ🙏

(পৰিকল্পনা_ নেতৃত্ব)
#নিৰ্মলা_দাসৰ_কণ্ঠ_স্নিগ্ধা বড়া।
#দিহানাম_Global_World_Record_কৰিব_বাবে_সাজু_কৰা_নাম_ভাগ_আজি_শুভ_মুকলি


যুগলবন্দী সাংস্কৃতিক কলাকেন্দ্ৰৰ উদ্যোগত শ্ৰদ্ধাৰ নিৰ্মলা দাস বাইদেউৰ নেতৃত্বত শিৱসাগৰ বৰ্ডিং খেলপথাৰত অহা ১৫ডিচেম্বৰত হ'বলগীয়া ৫,৫৫৫ গৰাকী মহিলাৰ দিহানাম পৰিবেশন অনুষ্ঠানটিত পৰিবেশন কৰিবলগীয়া দিহানাম দুশাৰি আজি বাইদেউৰ নিজা‌ বাসগৃহতে শুভ উদ্বোধন কৰি ৰাইজৰ মাজলৈ আগবঢ়াই দিয়া হ'ল ।

জাননী : আপোনালোকক বিনম্বৰতাৰে অনুৰোধ যাতে আজি এই নাম ভাগ Global World Record কৰিব বাবে সাজু কৰা হৈছে ১৫ ডিচেম্বৰৰ লৈ কে এই নাম ভাগ কোনোৱে যাতে copy নকৰে _ ,,,,,, তাৰ বাবে বিশেষ অনুৰোধ,



#sk_jubahomaj
#dihanam
#assamese
#song

posted by runnir60