Secret sauce that brings YouTube followers, views, likes
Get Free YouTube Subscribers, Views and Likes

শিৱসাগৰত 'লাডেন'ক এনকাউন্টাৰ কৰিলে আৰক্ষীয়ে!

Follow
NorthEast Now

শিৱসাগৰত "লাডেন" ওৰফে ৰাহুল হাজৰিকাক এনকাউন্টাৰ কৰিলে আৰক্ষীয়ে!
এনকাউন্টাৰত ভৰিত আঘাত পাইছে ছালফা ৰাহুলে!
২০২৪ চনৰ মে মাহৰ পৰাই অপহৰণৰ পৰিকল্পনা আলফা স্বাধীনৰ।
খোদ অ এন জি চিৰ বিষয়াৰ জৰিয়তেই অপহৰণৰ চেষ্টা। অ এন জি চিৰ বিষয়া তাহিৰুল হুছেইন জড়িত এই সমগ্ৰ পৰিকল্পনাত।
আৰক্ষীৰ অভিযানত আটক সমগ্ৰ পৰিকল্পনাৰ আঁৰৰ ব্যক্তি।
আৰক্ষীৰ জিম্মাত ঈৰচাদ লটিফ ওৰফে মিঠু আৰু ছালফা ৰাহুল হাজৰিকা ওৰফে লাডেন।
___________________________________
Like, share and subscribe our channel.

Follow us on:
Facebook www.facebook.com/nenownews/
Twitter www.twitter.com/NENowNews/
Instagram www.instagram.com/northeast.now

posted by increatevf