Buy real YouTube subscribers. Best price and warranty.
Get Free YouTube Subscribers, Views and Likes

সোণালী দিনৰ সুৰীয়া গীত । কণ্ঠশিল্পী গীতিকাৰ মনোৰঞ্জন গগৈৰ গীতৰ এমুঠি নষ্টালজিয়াৰ সৈতে আৰ. জে অভিজিৎ

Follow
Radio Rodali Entertainment

সোণালী দিনৰ সুৰীয়া গীত । কণ্ঠশিল্পী, গীতিকাৰ মনোৰঞ্জন গগৈৰ গীতৰ এমুঠি নষ্টালজিয়াৰ সৈতে আৰ. জে অভিজিৎ। সম্পাদনা : ৰিতুমণি নাথ গগৈ
#radio_rodali #monuranjongogoi_songs
#assamesesong

সন্নিৱিষ্ট গীতৰ তালিকা :

১. ব'হাগ ধুনীয়া জোনালী পৰত ১৯৮২ চন
২. বিহুতলীলৈ আহিলা ১৯৮৩ চন
৩. তুমি মোৰ জীৱনৰ ১৯৮৫ চন
৪. অ' জোন জোনালী ১৯৮১ চন
৫. চঞ্চলা জুৰিটিৰ ১৯৯৩ চন
৬. চেনেহৰে অসমখনি ২০১৪ চন

শুনক আৰু শুনাওক আপোনাৰ প্ৰিয়জনক

বি. দ্ৰ : এই অনুষ্ঠানৰ জড়িয়তে আমি অসমৰ সোণালী দিনৰ সুৰীয়া গীত সমূহক প্ৰজন্মৰ মাজত চিনাকি কৰাই দিয়াৰ লগতে ডিজিটেল আৰ্কাইভৰ জড়িয়তে সংৰক্ষণ কৰাৰ ব্যৱস্থা গ্ৰহণ কৰিছোঁ।

Our Fb Page :   / radiorodali  

For Contact Us : [email protected]

Copyright Disclaimer :

Copyright Disclaimer under Section 107 of the copyright act 1976, allowance is made for fair use for purposes such as criticism, comment, news reporting, scholarship, and research. Fair use is a use permitted by copyright statute that might otherwise be infringing. Nonprofit, educational or personal use tips the balance in favour of fair use.
Our songs copyright has been saved for the rightful owners*

With regards
Radio Rodali

posted by melampungdu