Get free YouTube views, likes and subscribers
Get Free YouTube Subscribers, Views and Likes

চামগুৰিত প্ৰাসংগিক হৈ পৰিছে এটা TV.....সমুখ সমৰত বিজেপি-কংগ্ৰেছ.....

Follow
Pratidin Time

অসমত তুংগত উঠিছে উপনিৰ্বাচনকেন্দ্ৰিক ৰাজনীতি। চামগুৰিত সমুখ সমৰত বিজেপিকংগ্ৰেছ। পুত্ৰৰ ৰাজনৈতিক ভৱিষ্যৎ প্ৰতিষ্ঠাৰ বাবে উঠিপৰি লাগিছে সাংসদ ৰকিবুল হুছেইন। আগ্ৰাসী ৰূপত নিৰ্বাচনী প্ৰচাৰত নামিছে বিজেপিৰ দীপ্লৰুঞ্জন শৰ্মা। তাৰ মাজতে চামগুৰিত প্ৰাসংগিক হৈ পৰিছে এটা TV।


#PratidinTime #assam #AssamNews #rakibulhussain #ByElection

posted by boatman46