A little secret to rock your YouTube subscribers
Get Free YouTube Subscribers, Views and Likes

শিৱসাগৰত ভাওনা সংলাপ প্ৰতিযোগিতা ' অম্বা অভিনয় কৃচাঙ্গী কলিতা ! Vauna Honglap Pratijugita

Follow
SK JUBAHOMAJ🙏

Please share this video

শিৱসাগৰ জিলাৰ ভিতৰত ভাওনা সংলাপ প্ৰতিযোগিতা ২০২৪,

ভাওনা সংলাপ প্ৰতিযোগিতা
ৰংঘৰ যুৱ সংঘৰ উদ্যোগত চন্দ্ৰলেখা কলা কেন্দ্ৰৰ সহযোগত অবিভক্ত শিৱসাগৰ জিলা ভিত্তিত ২২ জুলাইত অনুষ্ঠিত হোৱা "ভাওনা সংলাপ প্ৰতিযোগিতা"ত "অম্বাৰ দেহ ত্যাগ" নাট ভাগিৰ "অম্বা" চৰিত্ৰৰ সংলাপ নিক্ষেপ কৰি "খ" শাখাৰ প্ৰথম পুৰস্কাৰ লাভ কৰিছে কণমানি শিল্পী কৃষ্ণাংগী কলিতাই .... অভিনন্দন জ্ঞাপন কৰিছো আৰু বহুত বহুত শুভ কামনা জ্ঞাপন কৰিছো ...
স্হান: শিৱসাগৰ যুৱদল প্ৰেক্ষাগৃহ...

posted by runnir60